Wikidata:Main Page/Welcome/as

This page is a translated version of the page Wikidata:Main Page/Welcome and the translation is 100% complete.

ৱিকিডাটা হৈছে এক মুক্ত আৰু মুকলি জ্ঞানৰ আধাৰ যাক মানুহ আৰু যন্ত্ৰ উভয়ে পঢ়িব আৰু সম্পাদনা কৰিব পাৰে।

ৱিকিডাটাই ৱিকিপিডিয়া, ৱিকিভৱেজ, ৱিকিঅভিধান, ৱিকিউৎস আৰু অন্যান্যকে ধৰি ইয়াৰ ৱিকিমিডিয়া ভগ্নী প্ৰকল্পসমূহৰ সংগঠিত তথ্য'ৰ বাবে কেন্দ্ৰীয় সঞ্চয় হিচাপে কাম কৰে।

ৱিকিডাটাই কেৱল ৱিকিমিডিয়া প্ৰকল্পৰ বাহিৰেও আন বহুতো ছাইট আৰু সেৱাক সমৰ্থন প্ৰদান কৰে! ৱিকিডাটাৰ সমল [বিনামূলীয়া অনুজ্ঞাপত্ৰৰ অধীনত উপলব্ধ], মানক বিন্যাস ব্যৱহাৰ কৰি ৰপ্তানি কৰাSpecial:MyLanguage/Wikidata:Database download|, আৰু আন মুকলি ডাটা সমূহৰ সৈতে আন্তঃসংযোগ কৰিব পাৰি লিংক কৰা ডাটা ৱেবত।